thumbnail

By

Published : May 2, 2021, 12:02 PM IST

ETV Bharat / Videos

কৰিমগঞ্জ জিলাৰ 5খন আসনত অগ্ৰগতি মহাজোঁট

আজি পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে অসম বিধান সভাৰ নিৰ্বাচনৰ দিন ৷ ৰাজ্যৰ 126খন আসনৰ বাবে আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া ৷ কৰিমগঞ্জ জিলাৰ 5খন আসনৰ বাবে আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া ৷ কৰিমগঞ্জ জিলাৰ 5খন আসনতেই মহাজোঁটে অগ্ৰগতি লাভ কৰিছে ৷ সংবাদদাতা আমিৰুল আলম চিদ্দিকিৰ এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.