মহানৱীৰ দিনটোতে ব্যতিক্ৰমী প্ৰতিবাদ বিধায়ক আব্দুল বাতিন খন্দকাৰৰ - বিধায়ক আব্দুল বাতিন খন্দকাৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13360843-thumbnail-3x2-mla.jpg)
মহানৱমীৰ দিনটোতে ব্যতিক্ৰমী ৰূপত দেখা গ’ল ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰক ৷ মহানৱমীৰ দিনটোত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিধায়কগৰাকীয়ে চাইকেল চলাই মণ্ডপে মণ্ডপে দেৱীৰ দৰ্শন কৰে ৷ মূল্যবৃদ্ধি সন্দৰ্ভত মন্তব্য কৰি বিধায়ক আব্দুল বাতিন খন্দকাৰে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰে ৷