আমগুৰি লাহদৈগড় মিচিং গাঁৱৰ পৰা আলি আঃয়ে লৃগাং উদযাপনৰ দৃশ্য - মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10663718-thumbnail-3x2-amguri.jpg)
আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ, ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আমগুৰি লাহদৈগড় মিচিং গাঁৱৰ মুৰং ঘৰৰ বাকৰিত এনেদৰে পথাৰ উৰ্বৰা হোৱাৰ কামনাৰে দঞি-পল(চন্দ্ৰ,সূৰ্য্য) আৰু চেডি-মেল (পূৰ্ব পুৰুষ) ৰ আৰ্শীবাদ বিচাৰি আলি আঃয়ে লৃগাং উদযাপন কৰিছে জনগোষ্ঠীটোৰ লোকে ৷ এই সন্দৰ্ভত আমগুৰিৰ পৰা সমীৰণ দুৱৰাৰ এক প্ৰতিবেদন-