খৰাশিমলু বিহুতলীত মন্ত্ৰী ৰণজিৎ দত্ত - rangali bihu
🎬 Watch Now: Feature Video

শনিবাৰে উখল মাখল হৈ পৰে খৰাশিমলু ৰাজহুৱা খেল পথাৰ । ২৭ বছৰ গৰকা খৰাশিমলু অমৰ জ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত খৰাশিমলু বিহু অনুষ্ঠানত উপস্থিত হৈ মঞ্চ মুকলি কৰে মন্ত্ৰী ৰণজিৎ দত্তই ৷ বিহুৰ মঞ্চ মুকলি কৰি জিলাখনলৈ বহু উন্নতি আৰু শান্তি আহিছে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ...