বঞ্চিত থলুৱাই কপাঁলে ৰাজ্য: ১ লক্ষাধিক ৰন্ধনকৰ্মীৰ পেটত লাঠ সোণোৱাল চৰকাৰৰ - থলুৱা বঞ্চিত প্ৰতিবাদত কপিল ৰাজ্য

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 1, 2019, 9:02 PM IST

14 বছৰে মাত্ৰ 1 হাজাৰ টকাত কৰ্তব্য পালন কৰি অহা কৰ্মচাৰীসকলৰ পেটত লাট মাৰি সিদ্ধাৰ্থ ভট্টাচাৰ্য নেতৃত্বাধীন শিক্ষা বিভাগে লোৱা এটা অবিবেচক সিদ্ধান্তই আজি কপাঁই তুলিলে সমগ্ৰ ৰাজ্য ৷ ৰন্ধন কৰ্মীৰ সমস্যা সমধান কৰিব পাৰিবনে শূণ্য সহনশীল চৰকাৰখনে ? নে এন জি অৰ গ্ৰাসত পৰি স্তব্ধ হৈ ৰ'ব ১ লাখ ১৭ হাজাৰ ৰন্ধনকৰ্মীৰ জীৱন?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.