সমূহীয়া মৎস্য চিকাৰ পথৰুঘাটত - মৎস্য চিকাৰ
🎬 Watch Now: Feature Video

দৰং,12আগষ্ট : দৰঙৰ পথৰুঘাটত সমন্বয়ৰ নিদৰ্শন দাঙি ধৰিছে শ-শ লোকে ৷ কেইবা শতাধিক হিন্দু-মুছলমান লোক একলগ হৈ পথৰুঘাটৰ দ্বীগজ নৈত সমূহীয়া মৎস্য চিকাৰ কৰে ৷ ডেকা গাভৰুৰ পৰা ৭০ বছৰীয়া বৃদ্ধালৈকে সকলোৱে আনন্দ -ফূৰ্তি কৰি পল' জাল, জুলকি লৈ ধৰিলে ৰৌ-বৰালি, পুঠি খলিহনা ৷