দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ল ঐতিহ্যমণ্ডিত মহাভৈৰব মন্দিৰ - অসম পৰ্যটন
🎬 Watch Now: Feature Video

তেজপুৰ,৮ জুনঃ সম্পূৰ্ণ ৭৫ দিনৰ মূৰত সোমবাৰে পুৱা খোল খালে সমগ্র দেশৰ লগতে অসমৰ মঠ মন্দিৰ সমূহ । তেজপুৰৰ ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰো আজিৰে পৰা ভাক্তৰ বাবে সম্পূৰ্ণ চৰকাৰী নীতি-নিৰ্দেশনাৰে মাজেৰে ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ল ৷
মন্দিৰ পৰিচালনা কমটিয়ে বান্ধি দিয়া নিময় অনুসৰি, মন্দিৰৰ প্ৰৱেশদ্বাৰৰ পৰা 20 গৰাকী দৰ্শনাৰ্থী প্ৰেৱেশ কৰি মূল মন্দিৰৰ ভিতৰত মাত্ৰ ৫ জন লোকহে প্ৰৱেশ কৰাৰ অনুমতি লাভ কৰিব ৷ উল্লেখ্য যে, এছিয়াৰ ভিতৰত বৃহৎ শিৱ লিংগটো এই মহাভৈৰৱ মন্দিৰতে অৱস্থিত ৷