Mob lynching in Jorhat : আছু নেতাৰ নিগ্ৰহৰ পিছত কি ক’লে লুৰীণ জ্যোতিয়ে ? - Mob attack on AASU leader
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13778021-thumbnail-3x2-fhf.jpg)
যোৰহাটৰ মাজ মজিয়াত আছু নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ড(Mob attack on AASU leader)ৰ ঘটনাক তীব্ৰ গৰিহণা দিলে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে(Lurin on mob lynching in Jorhat) ৷ চাও আহক কি ক’লে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক গৰাকীয়ে ৷