সাংবাদিকৰ আগত আবেগিক হৈ পৰিল লুৰিণজ্যোতি গগৈ - আবেগিক হৈ পৰিল লুৰিণজ্যোতি গগৈ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11214560-thumbnail-3x2-hd.jpg)
মঙলবাৰে সাংবাদিকৰ আগত আবেগিক হৈ পৰিল লুৰিণজ্যোতি গগৈ ৷ মাতৃ ডুলু গগৈৰ স্বাস্থ্যৰ বৰ্তমানৰ অৱস্থিতি সন্দৰ্ভত কৰা প্ৰশ্ন উত্তৰতে আবেগিক হৈ পৰে লুৰিণজ্যোতি গগৈ ৷ বৰ্তমানেও সংকটমুক্ত নহয় লুৰিণৰ মাতৃ ডুলু গগৈ ৷