গুৰ আৰু নেমুৰ শীতল পানীয় - নেমুপানী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-7505089-thumbnail-3x2-k.jpg)
গুৰৰ নেমু চৰবত অথবা গুৰৰ নেমুপানী সকলো শীতল পানীয়ৰ ভিতৰতে অতি সাধাৰণ আৰু অন্যতম ৷ শৰীৰত গ্ল'কজৰ ধৰণে শক্তি বৃদ্ধি কামত সহায় কৰে গুৰে ৷ ইয়াৰোপৰি গ্ৰীষ্মকালত শৰীৰ সতেজ কৰাৰ লগতে হজমৰ ক্ষেত্ৰটো সহায় কৰে নেমুপানীয়ে ৷
Last Updated : Jun 6, 2020, 6:32 PM IST