thumbnail

By

Published : Oct 5, 2019, 2:40 PM IST

ETV Bharat / Videos

সৰভোগলৈ গ’লে জ্যোতিপ্ৰসাদক ল’গ নকৰাকৈ নাহিব...

শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি জীৱন যুঁজত হাৰ নমনা সৰভোগৰ এগৰাকী যুৱকৰ জীৱন সংগ্ৰাম ৷ ভীক্ষা কৰি নহয় নিজৰ ক’লা প্ৰদৰ্শনেৰে মঠ-মন্দিৰত গীত গাই ঘৰখনৰ বাবে এজন উপাৰ্জনক্ষম ব্যক্তি হিচাপে নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে এই গৰাকী যুৱকে ৷ যুৱক জনৰ নাম হৈছে জ্যোতিপ্ৰসাদ দাস ৷ দিব্যাংগ লোকৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ হৈ আছে যদিও তেনে কোনো আঁচনিয়ে ঢুকি পোৱা নাই এইগৰাকী প্ৰতিবন্ধী যুৱকক ৷ ফলত দিব্যাংগ লোকৰ বাবে থকা আঁচনিবোৰ এনে উপযুক্ত ব্যক্তিক প্ৰদান কৰিবলৈ সচেতন ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে..

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.