thumbnail

By

Published : Apr 26, 2021, 10:35 PM IST

ETV Bharat / Videos

গোলাঘাটৰ ক’ভিড হাস্পতালত সু-ব্যৱস্থা নথকাৰ অভিযোগ

গোলাঘাটৰ ক’ভিড চিকিৎসালয়ত উদ্ভৱ হৈছে এক নতুন সমস্যাৰ । চিকিৎসালয়খনত উদ্ভৱ হোৱা এই নতুন সমস্যাত বিভ্ৰান্ত হৈছে ৰোগী আৰু স্বাস্থ্য কৰ্মী । ক’ভিড চিকিৎসালয়খনত স্বাস্থ্য পৰীক্ষাৰ বাবে অহা লোকৰ বাবে নাই কোনো ধৰণৰ গৃহ । যাৰ বাবে ৰ'দে বৰষুণে থিয় হৈ স্বাৱ দিব লগীয়া হৈছে সাধাৰণ মানুহ । ক’ভিড চিকিৎসালয়ৰ চৌহদত স্থাপন কৰা স্বাৱ পৰীক্ষা কেন্দ্ৰটোত পজিটিভ আৰু নিগেটিভ লোকক ৰাখিবলৈ কোনো ধৰণৰ সু-ব্যৱস্থা নথকাৰ অভিযোগ উত্থাপন হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.