thumbnail

By

Published : Oct 20, 2019, 8:46 PM IST

Updated : Oct 20, 2019, 9:54 PM IST

ETV Bharat / Videos

কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পাইপ লাইন বিস্ফোৰণঃ দায়ী নিপকো কৰ্তৃপক্ষ!

উমৰাংছ' কপিলী জলবিদ্যুৎ প্ৰকল্পস্থলীত পাইপ লাইন বিস্ফোৰণৰ বাবে নিপকো কৰ্তৃপক্ষ দায়ী বুলি অভিযোগ কৰে ডিমাছা ছাত্ৰ সন্থাই ।  এই ভয়ংকৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় ডিমাছা ছাত্ৰ সংস্থাৰ সম্পাদক প্ৰেমিত চেংয়ুংয়ে ৷
Last Updated : Oct 20, 2019, 9:54 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.