কলাইগাঁও কাণ্ড: কোনে উলংগ হ'বলৈ বাধ্য কৰাইছিল চহৰীয়া পৰিয়ালক? - উলংগ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3776171-thumbnail-3x2-bfsdn1.jpg)
শনিবাৰে প্ৰকৃততে কি হৈছিল যাদৱ চহৰীয়াৰ ঘৰত । কেনেকৈ আৰু কি পৰিস্থিতিত উলংগ হ'ব লগীয়া হ'ল গোটেই পৰিয়ালটো । ঘটনাৰ দিনা পুৱা কি কৰিছিল যাদৱ চহৰীয়াৰ পুত্ৰ পুলকেশ চহৰীয়াই । সবিশেষ কলাইগাঁও কাণ্ডত ভুক্তভোগী মহাক ৰুক্ম ডেকাৰ মুখেৰে...