thumbnail

By

Published : Aug 30, 2019, 3:09 PM IST

ETV Bharat / Videos

NRCৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত নোহোৱা সকলে কি কৰিব ?

ই টিভি ভাৰতৰে বিশেষ সাক্ষাৎকাৰত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ৷ তালিকাত নাম নথকাসকলৰ বিচাৰ প্ৰক্ৰিয়া চলাব বিদেশী ন্যায়াধীকৰণে ৷ যিসকলৰ নাম NRCৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত নহয় তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, সেই সম্পৰ্কত চাওক প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ সৈতে এই বিশেষ সাক্ষাৎকাৰ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.