সপত্নীক ভোট দান কৰিলে এ আই ইউ ডি এফৰ প্ৰাৰ্থী ৰফিকুল ইছলামে - AIUDF CANDIDATE RAFIKUL ISLAM
🎬 Watch Now: Feature Video
অব্যাহত আছে 4 সমষ্টিৰ ভোটদান প্ৰক্ৰিয়া ৷ জনিয়া সমষ্টিত পত্নীৰ সৈতে ভোট দান কৰিলে এ আই ইউ ডি এফৰ প্ৰাৰ্থী ৰফিকুল ইছলামে ৷ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাছতে আমাৰ সাংবাদিকৰে মতবিনিময় কৰিলে প্ৰাৰ্থীগৰাকীয়ে