thumbnail

Microfinance ৰ Loan ৰেহাই সন্দৰ্ভত কি কলে জয়ন্ত মল্ল বৰুৱাই ?

By

Published : Jun 17, 2021, 9:54 PM IST

Updated : Jun 18, 2021, 10:32 PM IST

ৰাজ্যত মাইক্ৰ'ফাইনেঞ্চ(Microfinance)ৰ লোন ৰেহাই সন্দৰ্ভত প্ৰতিবাদ চলি থকাৰ সময়তে লোন ৰেহাই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য । ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা মানি লোন লোৱা সকলো মহিলাৰে মাফ হ'ব লোন । মহিলা সকলক সহায় কৰিবলৈ চৰকাৰ আগবাঢ়ি আহিছে । একাংশই মহিলাসকলক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছে । ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা নমনা সকলৰ লোন মাফ নহয় । বৃহস্পতিবাৰে নলবাৰীত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সদৰ সমষ্টিৰ বিধায়ক জয়ন্তমল্ল বৰুৱাই ।
Last Updated : Jun 18, 2021, 10:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.