নলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলালে জয়ন্ত মল্ল বৰুৱাই - নিৰ্বাচনী প্ৰচাৰ চলালে জয়ন্ত মল্ল বৰুৱাই
🎬 Watch Now: Feature Video
বিশাল বাইক ৰেলীৰে শনিবাৰে নলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলালে জয়ন্ত মল্ল বৰুৱাই । ঘগ্ৰাপাৰ হাইস্কুল খেলপথাৰৰ পৰা উলিওৱা এই বিশাল বাইক ৰেলীত হাজাৰ হাজাৰ বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ এই বিশাল বাইক ৰেলী আল্লিয়া, জাজিয়াবাৰী, পাইকাৰকুছি, বালিলেচা, বগলচৰোড হৈ বাঁহজানীত সামৰণি পৰে ।