পূৱ গুৱাহাটী সমষ্টিবাসীৰ মনৰ কথাৰে আজিৰ জনতাৰ কণ্ঠ - পূৱ গুৱাহাটী সমষ্টিবাসীৰ মনৰ কথাৰে আজিৰ জনতা কণ্ঠ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10964410-thumbnail-3x2-gdgd.jpg)
ৰাজ্যৰ এটা এতি গুৰুত্বপূৰ্ণ সমষ্টি হৈছে পূৱ গুৱাহাটী সমষ্টি ৷ দীৰ্ঘ সময় ধৰি কংগ্ৰেছৰ দখল আছিল এই সমষ্টিটো ৷ কিন্তু 2016 চনৰ মোডী ঢৌৱে সলনি কৰে সমষ্টিটোৰ ৰাজনৈতিক সমীকৰণ ৷ কিয়োনো সমষ্টিটো সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নেতৃত্বত বিজেপিৰ দখললে যায় ৷ সমষ্টিটো 7 বাৰ কংগ্ৰেছৰ দখলৰত বিপৰীতে অগপৰ দখলত 2 বাৰ জনতা দলৰ দখলত 1 বাৰ আৰু 1 বাৰ বিজেপিৰ দখলত আছে ৷ বিগত ৫ বছৰত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিনিধিত্ব কালত সমষ্টিটোত কি কি পৰিবৰ্তন হ'ল আৰু 21 ত সমষ্টিটোৰ ৰাইজে কি বিচাৰে তাৰে এক খতিয়ান আজিৰ জনতা কণ্ঠত ৷