বৰমা সমষ্টিবাসীৰ মনৰ কথাৰে আজিৰ জনতাৰ কণ্ঠ - বৰমা সমষ্টি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11086898-thumbnail-3x2-pic.jpg)
ৰাজ্যৰ এটা এতি গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ৬২ নং বৰমা সমষ্টি(জনজাতি) ৷ যোৱা পাঁচটা বছৰেই সমষ্টিটোত কি কি দিশত উন্নয়ন সাধন কৰিলে পৰিৱৰ্তনকামী চৰকাৰে ? তাৰ খতিয়ান ল'বলৈ ইটিভি ভাৰতৰ সাংবাদিক উপস্থিত হৈছিল ৰাইজৰ কাষত৷ মহিলা সৱলীকৰণ, উজলা আঁচনি,স্বাস্থ্য, শিক্ষা, যাতায়ত ব্যৱস্থা এই সকলোবোৰ সামৰি ৰাইজে কি মন্তব্য কৰিলে চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন ৷