ইটিভি ভাৰতৰ সৈতে আছুৰ নৱ নিৰ্বাচিত সভাপতিৰ আছুতীয়া সাক্ষাৎকাৰ... - দীপাংক কুমাৰ নাথ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-9623911-thumbnail-3x2-a.jpeg)
শনিবাৰৰ দিনটো অতিক্ৰম কৰাৰ লগে লগে নিজম পৰিল দুলীয়াজানৰ ছলাকটকী পথাৰ ৷ বিগত চাৰিদিন ধৰি চলি থকা সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ অধিৱেশনৰ দেওবাৰে পুৱতি নিশা সামৰণি পৰে ৷ এই অধিৱেশনতে গঠন কৰা হয় আছুৰ নতুন কেন্দ্ৰীয় কমিটি ৷ নতুন কমিটিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয় পূৰ্বৰ সভাপতি দীপাংক কুমাৰ নাথক ৷ নৱ নিৰ্বাচিত আছুৰ সভাপতিগৰাকীৰ সৈতে ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ-
Last Updated : Nov 22, 2020, 1:49 PM IST