কংগ্ৰেছ প্ৰাৰ্থী অসীমা বৰদলৈৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ - কংগ্ৰেছ প্ৰাৰ্থী অসীমা বৰদলৈৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ
🎬 Watch Now: Feature Video

নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত কংগ্ৰেছ প্ৰাৰ্থী অসীমা বৰদলৈৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ ৷ নিৰ্বাচনকলৈ যথেষ্ট আশাবাদী অসীমা ৷ 21 ত নিৰ্বাচিত হৈ জনতাৰ সেৱা আগবঢ়াই যোৱাৰ সংকল্প কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ ৷