thumbnail

By

Published : Sep 8, 2020, 7:21 PM IST

ETV Bharat / Videos

নলবাৰীত কৰ্তব্যৰত আৰক্ষীক উভটি ধৰিলে যুৱতীয়ে

মঙলবাৰৰ দিনটোত হঠাতে কঠোৰ হৈ পৰিল নলবাৰী আৰক্ষী ৷ একাংশ মাস্ক নিপিন্ধা, সামাজিক দুৰত্ব মানি নচলা লোকৰ বিৰুদ্ধে শাস্তিমূলক জৰিমনা আদায় কৰে আৰক্ষীয়ে ৷ আৰক্ষীৰ এই কাৰ্য একাংশই শলাগ লোৱাৰ বিপৰীতে একাংশই লিপ্ত হ'ল তৰ্কা-তৰ্কিত ৷ কিন্তু ইয়াৰ মাজতে কৰ্তব্যৰত আৰক্ষীক উভতি ধৰে এগৰাকী যুৱতীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.