গোৱালপাৰাত অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী - ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি
🎬 Watch Now: Feature Video
গোৱালপাৰাৰ ৰাক্ষসনি বজাৰত ছাত্ৰ মুক্তিৰ মানৱ শৃংখলা কাৰ্যসূচী। অখিল গগৈৰ মুক্তিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী । বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ ছাত্ৰ মুক্তিৰ । অখিল গগৈক বিনা চৰ্থে মুক্তি দিয়ক, বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মূর্দাবাদ, নৰেন্দ্ৰ মোদী মূর্দাবাদ, অমিত শ্বাহ মূর্দাবাদ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ । অখিল গগৈক মুক্তি নিদিলে অহা 2021 বিধান সভা নিৰ্বাচনত বিজেপি দলক উৎখাত কৰাৰ হুংকাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ।