thumbnail

By

Published : Mar 27, 2021, 7:35 AM IST

ETV Bharat / Videos

বোকাজানত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ

কংগ্ৰেছ মহাজোঁটৰ বাবে শুকুৰবাৰে বোকাজানত হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰ কৰে ৷ সাংসদ প্ৰদ্যুৎ বৰদলৈ, অপূৰ্ব ভট্টাচাৰ্যই কংগ্ৰেছৰ প্ৰাৰ্থী ৰতন ইংতিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় হাগ্ৰামা মহিলাৰীয়ে ৷ নোমল মমিনক চালানি মাছ আখ্যা হাগ্ৰামা মহিলাৰীৰ । ''হিমন্ত লগত মই আছিলোঁ সেইবাবে হিৰ' আছিল, এইবাৰ মই নাই এইবাৰ জিৰ' মাৰিব'' বুলি বিস্ফোৰক মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ প্ৰমোদ বড়োৱে বড়ো জাতিক দিল্লীৰ বিজেপি চৰকাৰৰ ওচৰত বিক্ৰী কৰি আহিছে বুলি মন্তব্য কৰে হাগ্ৰামাই ৷ কংগ্ৰেছৰ মিত্ৰজোঁট চৰকাৰে ৭০+ আসন পাব বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.