585 নম্বৰৰে নৱম স্থানত উজ্বলিল গোলাঘাটৰ ৰাজদ্বীপ বৰুৱা - H.S.L.C 9th position Rajdeep Baruah
🎬 Watch Now: Feature Video

হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থান দখল কৰিছে গোলাঘাট জিলাৰ দেৰগাঁৱৰ কাকডোঙাৰ ৰাজদ্বীপ বৰুৱাই ৷ কাকডোঙাৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ৰাজদ্বীপ বৰুৱাৰ পিতৃ নিত্যানন্দ বৰুৱা আৰু মাতৃ মীৰা বৰুৱা। ৰাজদ্বীপৰ এই সাফল্যত এতিয়া উৎফুল্লিত দেৰগাঁৱৰ কাকডোঙাবাসী।