হাই প্ৰফাইল ৰাষ্ট্ৰীয় নেতাৰ ৰাজ্যত হাই ভল্টেজ প্ৰচাৰ - হেভীৱেট ৰাষ্ট্ৰীয় নেতায়ে ৰাজ্যত চলাইছে হাই-ভল্টেড প্ৰচাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 22, 2021, 9:11 PM IST

সম্প্ৰতি ৰাজ্যত ব্যাপক ভীৰ হাই প্ৰফাইল ৰাজনীতিবিদৰ ৷ সকলোৰে উদ্দেশ্যে মাথো এটাই- ভোটাৰক আকৰ্ষিত কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱা ৷ ৰাজনৈতিক নেতাৰ প্ৰতিশ্ৰুতিৰে কঁপিছে ৰাজ্যৰ আকাশ-বতাহ ৷ নিৰ্বাচন আহে আৰু যায় ৷ চৰকাৰ ভাঙে, আকৌ গঠন হয় ৷ কিন্তু ৰাইজৰহে একো নহয় ৷ 5 বছৰলৈ কোনো জন প্ৰতিনিধিৰ ভ্ৰুক্ষেপ নাথাকে ৰাইজৰ প্ৰতি ৷ আকৌ নিৰ্বাচন আহিল মানেই পুনৰ নতুন উদ্যমেৰে নেতাসকল কাষ চাপে জনতাৰ ৷ একেখন ছবিয়েই প্ৰতিফলিত হৈছে 2021 ৰ নিৰ্বাচনৰ পূৰ্বেও ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.