thumbnail

By

Published : Apr 18, 2019, 2:29 PM IST

ETV Bharat / Videos

হিমা দাসৰ গাঁৱত জুবিন গাৰ্গ

জুবিন গাৰ্গে মঞ্চত কয়-২৫ বছৰ মই মোৰ কাম কৰিলোঁ, এতিয়া বাকীখিনি সময় আমাৰ ল'ৰা-ছোৱালীৰ বাবে কৰিম । আমাৰ যিসকল ল'ৰা ছোৱালীয়ে ভাল খেলে বা যি কৰে সেয়া দায়িত্ব মোৰ বুলি মন্তব্য কৰে শিল্পীগৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.