তেজপুৰত প্ৰবল শিলাবৃষ্টি - তেজপুৰ
🎬 Watch Now: Feature Video

তেজপুৰ চহৰৰ লগতে ইয়াৰ সমীপৱৰ্তী এলেকাত শনিবাৰে নিশা 9 বজাত প্ৰচণ্ড শিলাবৃষ্টি হয় ৷ প্ৰায় 5 মিনিট সময় ধৰি হোৱা বতাহ-বৰষুণ আৰু প্ৰচণ্ড শিল বৰষুণৰ দৃশ্য বন্দী কেমেৰাত । তাৎক্ষণিকভাৱে চহৰখনৰ জনজীৱন স্থবিৰ হৈ পৰে ৷ চাওক শিলাবৃষ্টিৰ এক দৃশ্য...