গুৰেৰে তৈয়াৰী সুস্বাদু পায়স - kheer

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 11, 2021, 1:37 PM IST

উৎসৱ-পাৰ্বনৰ সময়চোৱাত এবিধ সুস্বাদু ব্যঞ্জন বুলিলে ‘পায়স’ৰ কথা আমাৰ মনলৈ আহে ৷ পায়স থলুৱা অসমীয়াৰ অন্যতম জলপান ৷ বিভিন্ন পণ্যৰে পায়স প্ৰস্তুত কৰিব পৰা যায় ৷ এয়া গুৰৰ পায়স ৷ নামেই যাৰ পৰিচয় ৷ চেনীৰ সলনি এইবিধ পায়সত গুৰ ব্যৱহাৰ কৰা হয় ৷ চেনী বৰ্জনকাৰীসকলৰ বাবে গুৰৰ পায়স উপকাৰী বুলি ক’লেও ভুল কোৱা নহ’ব ৷ ভোগালী বিহুৰ শুভক্ষণত আপুনিও গুৰৰ পায়স তৈয়াৰ কৰি এইবিধ সুস্বাদু ব্যঞ্জনৰ সোৱাদ লওক...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.