thumbnail

By

Published : May 8, 2020, 11:42 AM IST

ETV Bharat / Videos

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়াৰ পিছৰ পৰিৱেশ

গুৱাহাটী মহানগৰীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ পিছতে শুকুৰবাৰে বন্ধ কৰি দিয়া হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ মুখ্য প্ৰৱেশদ্বাৰ ৷ বৃহস্পতিবাৰে ৰাজ্যত Covid 19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধিৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.