বৰাকত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত গৌৰৱ গগৈ - karimganj
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11211067-thumbnail-3x2-karimganj.jpg)
মঙলবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বৰাক উপত্যকাত উপস্থিত হয় কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈ ৷ উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ সুভাষ নগৰ এলেকাত এখন বিশাল সভাত অংশগ্ৰহণ কৰে গৌৰৱ গগৈয়ে ৷ উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী কমলাক্ষ দে পূৰকায়স্থৰ হৈ প্ৰচাৰ চলায় সাংসদগৰাকীয়ে ।