বিশ্বাসহীন হৈ পৰিছে প্ৰেম-প্ৰতিশ্ৰুতি : প্ৰতাৰিত যুৱতীয়ে ল'লে এই সিদ্ধান্ত

By

Published : Nov 27, 2019, 4:12 PM IST

thumbnail
প্ৰেম প্ৰতিশ্ৰুতি বিশ্বাস এই সকলো বোৰৰ যেন বিশ্বাস নোহোৱা হৈছে আজিৰ তৰিখত ৷ প্ৰেম-প্ৰতাৰণা আদি পৰিণত হৈছে অতি সাধাৰণ কথালৈ ৷ 9 বছৰীয়া প্ৰেমত প্ৰৱঞ্চনাৰ বলি হৈ আত্মহত্যাৰ চেষ্টা চলাইছিল এইগৰাকী যুৱতীয়ে ৷ বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি প্ৰেমিকে পলুৱাই নিলে আন এজনী ছোৱালীক ৷ তাৰ পাচত যুৱতীগৰাকীয়ে সংঘটিত কৰিলে এই কাণ্ড :

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.