পানীৰ তলত পবিতৰাৰ নব্বৈ শতাংশ - FLOOD EFFECT
🎬 Watch Now: Feature Video

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কৱলত পবিতৰাৰ নব্বৈ শতাংশ ৷ বানৰ ফলত এতিয়া খাদ্য সংকটত ভুগিছে অসম গৌৰৱ এশিঙীয়া গঁড়ৰ লগতে অন্য জীৱ-জন্তুৱে ৷ বন্যপ্ৰাণী সমূহে অৱস্থান কৰিছে ওখ স্থানত ৷ 24 টা কেম্পৰ ভিতৰত 18 টা কেম্পেই এতিয়া পানীৰ তলত ৷ ইতিমধ্যে বন বিভাগে হাতী সমূহ বুঢ়ামায়ঙলৈ স্থানান্তৰ কৰিছে ৷