ৰঙিয়াত সাৰৰ কলা বজাৰ ! - Rangiya

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 29, 2020, 10:26 PM IST

ৰঙিয়াত সাৰৰ কলা বজাৰ গঢ়ি উঠাৰ অভিযোগ কৃষকৰ ৷ ৰঙিয়াৰ ইচ্ছাপুৰৰ কৃষকে দুগুণ মূল্যত সাৰ ক্ৰয় কৰা বুলি অভিযোগ উত্থাপন কৰে কৃষকে ৷ লগতে কৃষি বিভাগে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰা বুলিও সদৰি কৰে কৃষিজীৱি ৰাইজে ৷

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.