মাঘ বিহুৰ SOP বাতিল নকৰিলে আদালতৰ সহায় ল’ব জীপাল কৃষক শ্ৰমিক সংঘই - জীপাল কৃষক শ্ৰমিক সংঘ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14134946-thumbnail-3x2-ggg.jpg)
চৰকাৰে জাৰি কৰা নতুন SOP ৰ বিৰুদ্ধে সৰব জীপাল কৃষক শ্ৰমিক সংঘ (Farmers organization reacts on new SOP of Assam government)। মাঘ বিহুৰ SOP বাতিল নকৰিলে আদালতৰ কাষ চপাৰ হুংকাৰ জীপাল কৃষক শ্ৰমিক সংঘ (Farmers organization on Magh Bihu SOP) ৷ চৰকাৰে নিজৰ সংস্কৃতিক দলিয়াই বহিৰাগতক ৰঙাদলিচা পাৰিবলৈ উঠিপৰি লগাৰ অভিযোগ সংঘৰ । ৰটেচন পদ্ধতিৰে হলেও নতুন SOP পুনৰীক্ষণ কৰি বিদ্যালয়সমূহ খোলাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰলৈ আহ্বান ।