আত্মসমৰ্পণকাৰী আদৰ্শ অসমৰ সৈতে ইটিভি ভাৰত অসমৰ আছুতীয়া সাক্ষাৎকাৰ - আদৰ্শ অসম
🎬 Watch Now: Feature Video
আলফা শিৱিৰত বিস্তৰ ক্ষতিসাধন ৷ বৃহস্পতিবাৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা আলফা স্বাধীনৰ কেডাৰ আদৰ্শ অসম ওৰফে মণিকান্ত সোণোৱালৰ সৈতে ইটিভি ভাৰত অসমৰ এক আছুতীয়া সাক্ষাৎকাৰ ৷