thumbnail

By

Published : Aug 3, 2021, 9:43 PM IST

ETV Bharat / Videos

খাৰুপেটীয়াত অবৈধ চুলাইৰ বিৰুদ্ধে আবকাৰীৰ অভিযান

খাৰুপেটীয়াৰ মাজমজিয়াত চুলাই মদৰ বিৰুদ্ধে অভিযান । ছিপাঝাৰ, মঙলদৈ আৰু খাৰুপেটীয়াৰ আবকাৰী বিভাগৰ এটা দলে চলাইছিল উক্ত অভিযান । অভিযানত দলটোৱে খাৰুপেটীয়াৰ জি এন বি ৰোডস্থিত লোকনাথ মন্দিৰৰ সমীপত দীৰ্ঘদিন ধৰি চলি থকা চুলাই মদৰ বৃহৎ ঘাটি উচ্ছেদ কৰে ৷ ইয়াৰ লগতে প্ৰায় ৫০০ লিটাৰ চুলাই মদ নষ্ট কৰে আবকাৰী বিভাগে ৷ অভিযানৰ সম্ভেদ পাই উক্ত স্থানৰ পৰা পলায়ন কৰে অবৈধ সুৰা ব্যৱসায়ীসকল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.