15 আগষ্টত ইটিভি ভাৰতৰ বিশেষ অনুষ্ঠান 'জয় হিন্দ' - independence day
🎬 Watch Now: Feature Video
1962 ৰ ভাৰত-চীনৰ যুদ্ধ ৷ যুদ্ধৰ সেই ভৰপক সময়তেই গঠন হৈছিল SPECIAL SECURITY BODY চমুকৈ SSB ৷ যাক 1970 চনত নাম দিয়া হৈছিল SPECIAL SERVICE BUREAU ৷ উদ্দেশ্য আছিল সীমান্তত অৱস্থান কৰি দেশক সুৰক্ষা প্ৰদান ৷ 2001 চনত এই বাহিনীয়ে ভৰি দিলে আন এক দৌৰত আৰু 2003 চনত সশস্ত্ৰ সীমা বাহিনী নামেৰে হ’ল এক নতুন পৰিচয় আৰু সীমা সুৰক্ষাৰ ক্ষেত্ৰত ল'লে এক বিশেষ ভূমিকা ৷ সশস্ত্ৰ সীমা বাহিনীৰ তেজপুৰস্থ শালনীবাৰী চাউনিৰ জোৱানক লৈ 15 আগষ্টত আহি আছে ETV BHARAT ৰ স্বাধীনতা দিৱস বিশেষ 'জয় হিন্দ' ৷
Last Updated : Aug 14, 2021, 6:36 PM IST