প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন - বিধানসভা সমষ্টি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11166173-499-11166173-1616746081060.jpg)
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে নগাঁও জিলা প্ৰশাসন । ই ভি এম মেচিন লৈ ভোট কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াসকল । নগাঁৱৰ পাঁচটাকৈ বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া । ইয়াৰে কলিয়াবৰ বিধানসভাৰ নিৰ্বাচন কলিয়াবৰ মহকুমাৰ অধীনত অনুষ্ঠিত হোৱাৰ বিপৰীতে নগাঁও নিৰ্বাচনী জিলাৰ অধীনত চামগুৰি, ৰূপহীহাট, ধিং আৰু বটদ্ৰৱা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব ।