thumbnail

মহা অষ্টমীত দেৱীবন্দনাৰে মুখৰিত সমগ্ৰ ৰাজ্য

By

Published : Oct 6, 2019, 8:11 PM IST

আজি মহা অষ্টমী ৷ দেৱী বন্দানেৰে মুখৰিত সমগ্ৰ ৰাজ্য । মহা অষ্টমী উপলক্ষে ধুবুৰীত অনুষ্ঠিত হয় কুমাৰী পূজা । ১০৮ গৰাকী কুমাৰীক লৈ উলিওৱা হয় বিশাল ৰেলী । টিংখাঙতো শাৰদীয় দুৰ্গোৎসৱৰ ব্যাপক উৎসাহ-উদ্দীপনা ৷ আহোম ৰাজত্বকালত নিৰ্মাণ হোৱা ৮২ বছৰীয়া শ্ৰী শ্ৰী যুৰীয়া আইথানৰ আছে বিশেষ ঐতিহ্য ৷ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটাৰ বাৰোৱাৰী মা দূর্গাৰ মন্দিৰত ৰাতিপুৱাৰে লাখ লাখ ভক্তই মা দুর্গাৰ চৰণত আশীৰ্বাদ ল'বলৈ ভিৰ কৰা পৰিলক্ষিত হয় ৷ এক প্ৰতিবেদন........

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.