স্বাস্থ্য পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ ডাঃ নভনীল বৰুৱাক - gmch
🎬 Watch Now: Feature Video

দিছপুৰ থানাত তিনিদিন ধৰি চলোৱা মাৰাথান জেৰাৰ পাছত গ্ৰেপ্তাৰ কৰা ডাঃ নভনীল বৰুৱাক নিশা স্বাস্থ্য পৰীক্ষাৰ বাবে জি এম চি এইচ লৈ প্ৰেৰণ কৰা হয়। প্ৰেপ্তাৰৰ পাছত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে নভনীল বৰুৱাই। গুৱাহাটীৰ হিট এণ্ড ৰান গোচৰত অভিযুক্তক মিছাকৈ অসুস্থ বুলি হাস্পতালৰ আই চি ইউত ৰখাৰ বাবে অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল GNRC ৰ চিকিৎসক নভনীল বৰুৱাক । ভাৰতীয় দণ্ডবিধি আইনৰ ২০১, ২১২, ১২০ (বি) ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে ডাঃ নভনীল বৰুৱাক ।
Last Updated : Oct 10, 2021, 8:19 PM IST