ৰাজ্যত চিকিৎসকৰ প্ৰতিবাদত অচল চিকিৎসা সেৱা
🎬 Watch Now: Feature Video
টীয়ক চাহ বাগিচাৰ জেষ্ঠ চিকিৎসক দেৱেন দত্তক নৃশংস ভাৱে হত্যা কৰা ঘটনাক লৈ অব্যাহত সমগ্ৰ দেশ জুৰি চাঞ্চল্য৷ যাৰ বাবে মঙলবাৰে ইণ্ডিয়ান মেডিকেল এছ'চিয়েচনৰ অসম শাখাৰ নিৰ্দেশ মৰ্মে গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী ৷ আই এম এৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি সমৰ্থন আগবঢ়াই মঙলবাৰে পুৱা ৬ বজাৰ পৰা বুধবাৰে পুৱা ৬ বজালৈ অব্যাহত থাকিবলগীয়া প্ৰতিবাদী কাৰ্যসূচীৰ ফলত হাস্পতালসমূহৰ বহি: বিভাগ সেৱা ব্যাহত হৈ পৰিছে ৷ চাওক এক প্ৰতিবেদনঃ