দৈনিক মাত্ৰ 10 মিনিট যোগাসনেৰে গৰাকী হওক সু-স্বাস্থ্যৰ - guwahati
🎬 Watch Now: Feature Video

কেৱল যোগ দিৱসৰ দিনাই কিয়? প্ৰতিদিনেই কৰক যোগাসন ৷ দৈনিক মাত্ৰ ১০ মিনিট যোগাসনেৰে ৰোগমুক্ত কৰি ৰাখিব পাৰে নিজকে ৷ মধুমেহ, উচ্চ ৰক্তচাপ, থাইৰয়ডৰ পৰা পৰিত্ৰাণ পাবলৈ কি কি যোগাসন কৰিব ? আন্তঃৰাষ্ট্ৰীয় যোগ খেলুৱৈ বিকাশ বৰুৱাৰ পৰা জানক যোগাসনৰ কিছু তথ্য ৷