কেন্দ্ৰৰ 20 লাখ কোটিৰ পেকেজঃ কি কয় ৰাজ্যৰ অৰ্থনীতিবিদে !

By

Published : May 14, 2020, 1:25 PM IST

Updated : May 14, 2020, 2:15 PM IST

thumbnail

তৃতীয় পৰ্যায়ৰ লক্​ ডাউনৰ মাজতে কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিলে 20 লাখ কোটি টকীয়া বিশেষ পেকেজ ৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীৰ ঘোষণাৰ সন্দৰ্ভত কি কয় ৰাজ্য়ৰ বিশিষ্ট অৰ্থনীতিবিদ দিলীপ শৰ্মাই ৷ এই সন্দৰ্ভত অৰ্থনীতিবিদ গৰাকীৰে ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ-

Last Updated : May 14, 2020, 2:15 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.