দীব্যাংগ শিল্পী সকলে গঠন কৰিলে সূৰ্যোদয় সংগীত গোষ্ঠী - Guwahati
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11136877-910-11136877-1616576036175.jpg)
ৰঙালী বিহু উপলক্ষে প্ৰতিবন্ধী সকলৰ বিশেষ আয়োজন ৷ শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি এইবাৰ ৰঙালীত ৰাজ্যবাসীক আমোদ দিয়াৰ প্ৰয়াস দিব্যাংগ সকলৰ ৷ গঠন কৰিলে সূৰ্যোদয় সংগীত গোষ্ঠী ৷ মঙলবাৰে দীব্যাংগ শিল্পী সকলৰ দ্বাৰা গঠন হোৱা এই বিশেষ সংগীত গোষ্ঠীটোৰ আনুষ্ঠানিকভাবে ৰাইজৰ মাজলৈ আগবঢ়াই দিলে বিশিষ্ট চিকিৎসক তথা শিল্পী ডাঃ হিতেশ বৰুৱাই ৷