ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংসৰ চক্ৰান্তত নামিছে চৰকাৰ : দিব্যজ্যোতি শৰ্মা - ৰাইজৰ দল
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12931445-thumbnail-3x2-hshhsh.jpg)
অকৰ্মণ্য শিক্ষা বিভাগে এমাহে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰাব নোৱাৰাৰ বাবে যোৰহাট জিলা ৰাইজৰ দলৰ সভাপতি দিব্যজ্যোতি শৰ্মাৰ প্ৰতিক্ৰিয়া ৷ ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংসৰ চক্ৰান্তত নামিছে চৰকাৰ ৷ জুনিয়ৰ কলেজৰ ব্যৱসায় বৃদ্ধিত চৰকাৰৰ হাত থকাৰ অভিযোগ সভাপতি গৰাকীৰ ৷
Last Updated : Aug 31, 2021, 9:42 PM IST