thumbnail

ডিব্ৰুগড়ত জনতাৰ বজ্ৰ গৰ্জন

By

Published : Dec 24, 2019, 6:39 PM IST

Updated : Dec 24, 2019, 6:48 PM IST

জনসমুদ্ৰত পৰিণত হ’ল ডিব্ৰুগড় ৷ জনতাৰ গৰ্জনত কঁপিল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত চৌকিদিঙী খেলপথাৰলৈ স্বতঃস্ফুৰ্তভাৱে ওলাই আহিল জনগণ ৷ লক্ষ লক্ষ জনতাৰ সন্মূখত আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ উদাত্ত ভাষণ ৷ স্বনামধন্য সাহিত্যিক ড৹ নগেন শইকীয়া, সংগীত শিল্পী মানস ৰবীন তথা নীল আকাশৰ প্ৰতিবাদী কণ্ঠই কঁপালে সমগ্ৰ চহৰ ৷ চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল সকলো দাবী একেটাই বাতিল হওঁক নাগৰিকত্ব সংশোধনী আইন ৷
Last Updated : Dec 24, 2019, 6:48 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.