জাপানীজ এনকেফেলাইটিছৰ পাচত একুট এনকেফেলাইটিছ চিনড্ৰম ৰোগৰ পাদুৰ্ভাৱ - assam

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 31, 2019, 8:43 PM IST

জাপানীজ এনকেফেলাইটিছ ৰোগে ক্ৰমান্বয়ে মহামাৰী ৰূপ ধাৰণ কৰিছে ৰাজ্যখনত । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো ২০ জনকৈ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে দুজনকৈ ৰোগী ইতিমধ্যে মৃত্যু হৈছে । পিছে জিলাখনত ইয়াতকৈ ভয়াৱহ ৰূপ লৈছে একুট এনকেফেলাইটিছ চিনড্ৰম চমুকৈ AES ৰোগে । ধুবুৰী জিলা যুটীয়া আৰু স্বাস্থ্য সঞ্চালক ডাঃ এছ এম আব্দুল্লাই জনোৱা মতে এতিয়ালৈকে জিলা খনত এ ই এছ ৰোগত আক্ৰান্ত হৈছে জিলাখনৰ মুঠ ৫৫ জনকৈ লোক। ইয়াৰে ৮ জন ৰোগীৰ ইতিমধ্যে মৃত্যু হৈছে।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.