থাওৰা সমষ্টিত ব্যাপক ৰিগিঙৰ অভিযোগ - ৰাইজৰ দল
🎬 Watch Now: Feature Video
‘জনতাৰ ৰায়দান ক্ৰয় কৰি হত্যা কৰা হৈছে গণতন্ত্ৰক ৷ থাওৰাৰ বিধানসভা সমষ্টিৰ পশ্চিম পানীদিহিং এলেকাত সংঘটিত হৈছে ৰিগিঙৰ দৰে এক ঘটনা’ ৷ থাওৰা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা কেন্দ্ৰত উপস্থিত হৈ এই অভিযোগ তৰিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰে । কেৱল কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে নহয়, ভোটগণনা চলি থকাৰ মাজতে এই অভিযোগ উত্থাপন কৰে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰেও ৷